Homemade Hair Oil

Homemade Hair Oil

Homemade Onion Hair Oil – পিয়াজৰ তেল ব্যৱহাৰ কৰি চুলিৰ সকলো সমস্যা সমাধান কৰক।

 

Homemade  hair oil – onion oil for hair.  পিয়াজৰ তেল ব্যৱহাৰ কৰি চুলিৰ সকলো সমস্যা সমাধান কৰক। চুলি ৰক্ষা কৰিবৰ বাবে পিয়াজৰ তেল ব্যৱহাৰ কৰক ।

Also Read :5 Steps To Use Onion Oil For Hair Growth & Benefits & Side Effects.

পিয়াজ কাটিলে সচৰাচৰ আমাৰ চকুলৈ  পানী আহে কিন্তু আপুনি জানেনে? চুলিৰ যত্নৰ বাবে বা চুলিৰ বহু সমস্যা সমাধান কৰিবলৈ পিয়াজৰ ৰস অতি উপকাৰী ।

আজিকালি প্ৰায় সকলো মানুহৰে কম বেছি পৰিমাণৰ চুলিৰ সমস্যা থাকেই । কোনোবাৰ
মাত্ৰাধিক চুলি সৰিছে কোনোবাৰ আকৌ চুলি দীঘল নহয়  আৰু বহুতো ।
গতিকে আজি আমি আলোচনা কৰিম যে পিয়াজৰ ৰস বা পিয়াজৰ তেল ব্যৱহাৰ কৰি আমি কেনেকৈ
চুলিৰ সমস্যা সমাধান কৰিব পাৰি ।

Also read : How Onion Oil For Hair Helps In Hair Growth.

প্ৰথমতে জানি লওঁ যে , আমি ঘৰতে পিয়াজৰ ৰস বা পিয়াজৰ তেল ব্যৱহাৰ কেনেকৈ তৈয়াৰ
কৰিব পাৰি?

( How to make onion oil at Home) Homemade hair oil

তৈয়াৰ কৰাৰ পদ্ধতি :

প্ৰথমতে কেইটামান পিয়াজ মজলীয়া টুকুৰা কৰি কাটি লওঁক ।

তাৰপিছত এটি চচমেনত ৫০০ মি.লি. নাৰিকলে তেল লৈ গৰম কৰক।

তেল গৰম থকা অবস্থাত কিন্তু ফুলি ওঠাৰ আগতে টুকুৰা কৰা পিয়াজ দি দিয়ক  ।

দুইৰ পৰা পাঁচ মিনিট গৰম কৰি তাতে অলপমান  কঢ়ি পাত দিয়ক।

মিশ্রণটো  ঠাণ্ডা কৰি চানি  তেল বেলেগ কৰি লওঁক । এতিয়া এই তেল  ব্যবহাৰৰ
উপযোগী তেল।

পিয়াজৰ তেলৰ উপকাৰিতা :

–  পিয়াজৰ তেলে  চুলি বৃদ্ধিত সহায় কৰে ও ঘনত্ব বৃদ্ধি কৰে । এইটোয়ে সুগঠিত
চুলি গজোৱাত  সহায় কৰে ।

– চুলি কেৰাটিনৰ  মিশ্রণত  তৈৰী আৰু এই কেৰাটিন মূলত ছালফাৰৰ পৰা  তৈয়াৰ হয়।
পিয়াজত  প্রচুৰ  পৰিমাণো ছালফাৰ থাকে, যিয়ে  ফলিকল বা চুলিৰ গ্রন্থি
পুনৰুজ্জীবিত কৰিবলৈ  সহায় কৰে।

– পিয়াজৰ তেলে  চুলি ঘন ও মজবুত কৰাৰ ক্ষেত্ৰত  সাহায্য কৰে ।

– ইয়াৰ  এন্টি-ব্যাকটেৰিয়াল উপাদানে মূৰৰ  ত্বক সুস্থ ৰাখে আৰু সংক্রমণ
মুক্তকৰি ৰখাত সহায় কৰে ।

নিয়মিত পিয়াজৰ ৰস বা পিয়াজৰ তেল ব্যৱহাৰ ব্যৱহাৰ কৰক :

অতি উপকাৰী নেচাৰেল  পিয়াজৰ তেল সহজে ঘৰতে পাবলৈ তলত দিয়া লিংকটোত ক্লিক
কৰক :

পিয়াজৰ তেল কেনেকৈ ব্যৱহাৰ কৰিব :

২ চামুচ  পিঁয়াজৰ ৰস হাতত লৈ  মুৰৰ চুলিত লাহে লাহে পাঁচ মিনিট মান মাছাজ কৰক
। তাৰপিছত এনেকৈ এৰি দিয়ক । এক বা দুঘণ্টা ৰাখিব পাৰিব । তাতোকৈ ভাল যদি আপুনি
ৰাতি শোৱাৰ আগতে ব্যৱহাৰ কৰি ৰাখি দিয়ে । আকৌ ৰাতিপুৱা বা ব্যৱহাৰৰ দুঘন্টা
পিছত ভালকৈ shampoo ৰে ধুই দিয়াক । প্ৰথমাৱাস্তাত সপ্তাহত ৫/৬ দিন ব্যৱহাৰ কৰক
তাৰপিছত সপ্তাহত ২/৩ বাৰ ব্যৱহাৰ কৰিব পাৰে । এমাহৰ ভিতৰত আপুনি ফল দেখিবলৈ
পাব । চুলি সৰা বন্ধ হৈ যাব আৰু নতুন চুলি গজিবলৈ আৰম্ভ কৰিব।

পিয়াজৰ ৰস বা পিয়াজৰ তেলে কি কি উপকাৰ কৰে। Benefits of Onion Oil For Hair : 

১। পিয়াজত থকা এন্টিঅক্সিডেন্টে চুলি বৃদ্ধিত সহায় কৰে ।

২। চুলিত ফলিকলৰ মাত্রা মান উন্নত কৰে। ফলত চুলিক  গোড়াৰ পৰা শক্ত কৰে।

৩। পিয়াজৰ তেল যদি নিয়মিতভাৱে মূৰৰ সন্মুখৰ  অংশত  লাগোৱা হয় তেতিয়াহলে  তাতে
নতুন চুলি গজাত সহায়  কৰে । ইত্যাদি ।

Conclusion : 

So today what we have learnt please let us by comment below. You can solve your all problems by using home made onion hair oil. If you have any problem or doubt please message us on our contact number. we will try to give you solution.

পিয়াজৰ তেলৰ বিষয়ে অধিক জানিবৰ বাবে আমাৰ Website , ত regular  Visit কৰক।

This is from us today about Homemade hair oil for Hair growth and Stop Hair fall.

Thank You.

Leave a Comment

Your email address will not be published. Required fields are marked *